अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
							उदाहरण : 
							এই গাড়ীখনে বহুত পেট্রʼল খায়
							
पर्यायवाची : লোৱা
अर्थ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
							उदाहरण : 
							সি গাখীৰ খাইছে  মানুহজনে মদ্য পান কৰিছে
							
पर्यायवाची : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
अर्थ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
							उदाहरण : 
							বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
							
अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা
							उदाहरण : 
							কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
							
पर्यायवाची : ভোজন কৰা
अर्थ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
							उदाहरण : 
							তেওঁ মর্টন ্চোৱাই আছে
							
पर्यायवाची : চোৱোৱা
अर्थ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
							उदाहरण : 
							অহংকাৰে মানুহক বর্বাদ কৰে
							
पर्यायवाची : নষ্ট কৰা, বর্বাদ কৰা