अर्थ : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
							उदाहरण : 
							লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
							
पर्यायवाची : উচাপ খুওৱা
अर्थ : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
							उदाहरण : 
							ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
							
पर्यायवाची : খেদি পঠোৱা