अर्थ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
							उदाहरण : 
							শিশুটোৰ চুলি খুৰোৱা হʼল
							
अर्थ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
							उदाहरण : 
							নাপিতে তেওঁৰ মূৰ খুৰাইছে
							
पर्यायवाची : মুণ্ডন কৰা
अर्थ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
							उदाहरण : 
							নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
							
पर्यायवाची : মুণ্ডন কৰা