अर्थ : বহুত বেছি পৰিশ্রম কৰা
							उदाहरण : 
							বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
							
अर्थ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
							उदाहरण : 
							উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
							
पर्यायवाची : কামত লগোৱা