सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যʼত শুল্ক বা কৰ লগা নাই
उदाहरण : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত
पर्यायवाची : কৰহীন, নিষ্কৰ, লাখেৰাজ
अर्थ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
उदाहरण : দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
पर्यायवाची : কৰ মুক্ত
अर्थ : যʼত কৰ আৰোপ কৰা হোৱা নাই
उदाहरण : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
पर्यायवाची : কৰহীন
इंस्टॉल करें