अर्थ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
							उदाहरण : 
							লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
							
पर्यायवाची : আমোদ-প্রমোদ, খেল
अर्थ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
							उदाहरण : 
							খেলত জয়-পৰাজয় থাকেই
							
पर्यायवाची : খেল, খেল-ধেমালি