अर्थ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
							उदाहरण : 
							তেওঁ বিচনাখন কোবাই আছে
							
पर्यायवाची : কোবাই থকা
अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
							उदाहरण : 
							পুলিচে চোৰটোক লাঠিৰে মাৰিছে
							
पर्यायवाची : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা