अर्थ : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
							उदाहरण : 
							চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
							
पर्यायवाची : শিবিৰ
अर्थ : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
							उदाहरण : 
							এই শিবিৰটো দুদিন ধৰি চলিব
							
पर्यायवाची : শিবিৰ