अर्थ : জ্যোতিষ শাস্ত্র অনুসৰি ৰাশিচক্রৰ একাদশ ৰাশি
							उदाहरण : 
							এই মাহৰ অন্তত সূর্য্য কুম্ভ ৰাশিত প্রৱেশ কৰিব
							
पर्यायवाची : কুম্ভ ৰাশি, কুম্ভৰাশি
अर्थ : মাটিৰ কলহ
							उदाहरण : 
							এই কুম্ভত পান কৰিবৰ বাবে স্বচ্ছ জল ৰখা হৈছে