अर्थ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
							उदाहरण : 
							তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
							
पर्यायवाची : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
अर्थ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
							उदाहरण : 
							কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
							
पर्यायवाची : কুন্তল ৰাগ