अर्थ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
							उदाहरण : 
							ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
							
पर्यायवाची : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
अर्थ : কুকুৰনেচীয়া বাঘৰ মাইকী
							उदाहरण : 
							মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
							
पर्यायवाची : মাইকী কুকুৰনেচীয়া