अर्थ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে
							उदाहरण : 
							এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল
							
अर्थ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
							उदाहरण : 
							কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
							
पर्यायवाची : কাঁটা
अर्थ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
							उदाहरण : 
							কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
							
पर्यायवाची : কাঁটা