अर्थ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
							उदाहरण : 
							ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
							
पर्यायवाची : যাতনা দিয়া, শাস্তি দিয়া
अर्थ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
							उदाहरण : 
							অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
							
पर्यायवाची : দুখ দিয়া
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							उदाहरण : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
पर्यायवाची : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া