अर्थ : যিজন মানুহৰ এটা চকু বেয়া
							उदाहरण : 
							দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
							
अर्थ : অত্যন্ত সৰু অংশ বা টুকুৰা
							उदाहरण : 
							ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
							
पर्यायवाची : অণু, অণু-পৰমাণু, কণ