अर्थ : কঠিন হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
							
पर्यायवाची : দুৰূহতা
अर्थ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
							उदाहरण : 
							এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
							
पर्यायवाची : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
अर्थ : কঠোৰ হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া