अर्थ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
							उदाहरण : 
							
							
पर्यायवाची : উৰি থকা
अर्थ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
							उदाहरण : 
							চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
							
अर्थ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
							उदाहरण : 
							মেজত থোৱা কিতাপখন কʼত হেৰাল
							
पर्यायवाची : হেৰোৱা
अर्थ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
							उदाहरण : 
							এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
							
पर्यायवाची : উৰি যোৱা
अर्थ : বতাহত ইফাল-সিফাল হৈ পৰা
							उदाहरण : 
							ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
							
पर्यायवाची : উৰি যোৱা
अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							उदाहरण : 
							
							
पर्यायवाची : পিন্ধা, পৰিধান কৰা, লোৱা