अर्थ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
							उदाहरण : 
							নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
							
पर्यायवाची : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
अर्थ : উদ্যম বা পৰিশ্রমৰ অভাৱ
							उदाहरण : 
							মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
							
पर्यायवाची : অনুদ্যম, পৰিশ্রমহীনতা