अर्थ : যিজন বহল হৃদয়ৰ
							उदाहरण : 
							উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
							
पर्यायवाची : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							उदाहरण : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
पर्यायवाची : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে