अर्थ : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
							उदाहरण : 
							এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
							
पर्यायवाची : অস্থিৰ হোৱা
अर्थ : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
							उदाहरण : 
							দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল