अर्थ : আৰোহণ কৰা ব্যক্তি
							उदाहरण : 
							আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
							
पर्यायवाची : আৰোহক
अर्थ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
							उदाहरण : 
							যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
							
अर्थ : কোনো বস্তুৰ ওপৰত উঠা বা বহা
							उदाहरण : 
							চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
							
अर्थ : যাৰ ওপৰত উঠিব পৰা যায়
							उदाहरण : 
							আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
							
अर्थ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
							उदाहरण : 
							তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে