अर्थ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
							उदाहरण : 
							মায়ে আজিকালি বৰ আমনি কৰে
							
पर्यायवाची : বিৰক্ত কৰা
अर्थ : কাৰোবাক আমনি দি থকা
							उदाहरण : 
							কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
							
पर्यायवाची : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
अर्थ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
							उदाहरण : 
							মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
							
पर्यायवाची : বিৰক্ত কৰা
अर्थ : ধেমালিতে কাৰোবাক আমনি কৰা
							उदाहरण : 
							ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে