अर्थ : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
							उदाहरण : 
							ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
							
पर्यायवाची : জনসংখ্যা
अर्थ : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
							उदाहरण : 
							ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
							
पर्यायवाची : জনসংখ্যা
अर्थ : বসতি কৰা কার্য বা অৱস্থা
							उदाहरण : 
							ভূমিকম্পত ঘন আবাদী থকা অঞ্চলত বহুত ক্ষয়-ক্ষতি হʼল