अर्थ : মানুহে নিজৰ জীৱনত পালন কৰা কিছুমান এনেকুৱা উচ্চ সিদ্ধান্ত যাক মানি চলাটো তেওঁলোকে উচিত বুলি ভাবে
							उदाहरण : 
							সকলোৰে নিজ-নিজ ্আদর্শ ্থাকে
							
अर्थ : যাৰ ৰূপ, গুণ আদিৰ অনুকৰণ কৰা হয় বা যি সম্পূর্ণ্্ভাৱে উত্তমতা বা ভালৰ পৰিচায়ক
							उदाहरण : 
							মালব্যদেৱ এজন আদর্শ ব্যক্তি আছিল