अर्थ : কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বশ ্ কৰা
							उदाहरण : 
							সন্ত্রাসবাদীয়ে দুজন পর্যটকক বন্দী কৰিলে
							
पर्यायवाची : আবদ্ধ কৰি ৰখা, কইদ কৰা, কৰায়ত্ত কৰা, বন্দী কৰা
अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							उदाहरण : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
पर्यायवाची : গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা, ৰৈ যোৱা