अर्थ : যি ঠাইৰ পৰা ৰেডিঅʼৰ কার্যসূচী প্রচাৰিত কৰা হয়
							उदाहरण : 
							কৃষি আলোচনাৰ কাৰণে মোৰ খুৰাদেউ আকাশবাণী কেন্দ্রলৈ গৈছিল
							
पर्यायवाची : আকাশবাণী কেন্দ্র, ৰেডিঅʼ ষ্টেচন
अर्थ : বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ দ্বাৰা ৰেডিঅʼত কার্যসূচী প্রচাৰ কৰা প্রণালী
							उदाहरण : 
							আকাশবাণী আৰু ্দূৰদর্শনৰ বিজ্ঞাপন সেৱাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে