अर्थ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
							उदाहरण : 
							
							
पर्यायवाची : আগমন কৰা, উপস্থিত হোৱা, পোৱা
अर्थ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
							उदाहरण : 
							বসন্তকাল আহিল
							
अर्थ : ক্রয় কৰি কোনো বস্তু লাভ কৰা
							उदाहरण : 
							সোমবাৰে আমাৰ নতুন গাড়ী আহিব