अर्थ : একে ঠাইত স্থিৰ হৈ নথকা
							उदाहरण : 
							যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি
							
अर्थ : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়
							उदाहरण : 
							কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল
							
अर्थ : যি শান্ত নহয়
							उदाहरण : 
							চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
							
पर्यायवाची : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত