अर्थ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা
							उदाहरण : 
							মোহনে মোৰ সকলো কামতে বাধা জন্মায়
							
पर्यायवाची : অন্তৰায়, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ
अर्थ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
							उदाहरण : 
							এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
							
पर्यायवाची : কঠিনতা, কষ্টসাধ্যতা, দুৰূহতা