अर्थ : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
							उदाहरण : 
							এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
							
पर्यायवाची : উদ্যান, সংৰক্ষিত বন, সংৰক্ষিত বনাঞ্চল
अर्थ : যি স্থানত পশু-পক্ষীক সংৰক্ষণ কৰা হয়
							उदाहरण : 
							শীতকালত ভাৰতৰ অভয়াৰণ্যসমূহলৈ বহুতো প্রবাসী পক্ষী আহে
							
पर्यायवाची : সংৰক্ষিত বনাঞ্চল