अर्थ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
							उदाहरण : 
							মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
							
पर्यायवाची : অবিবাহিত মহিলা, কুমাৰী
अर्थ : যিজন পুৰুষ বিবাহিত নহয়
							उदाहरण : 
							এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
							
पर्यायवाची : অবিবাহিত পুৰুষ