अर्थ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
							उदाहरण : 
							অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
							
पर्यायवाची : অল্পবিকশিত
अर्थ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
							उदाहरण : 
							এই কামটো নতুন মানুহেও কৰিব পাৰে
							
पर्यायवाची : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু