अर्थ : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
							उदाहरण : 
							তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
							
पर्यायवाची : অন্ন-লিপ্সা
अर्थ : খাবৰ কাৰণে ওপজা ইচ্ছা
							उदाहरण : 
							মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
							
पर्यायवाची : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা