अर्थ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
							उदाहरण : 
							অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
							
अर्थ : যিজনে চকুৰে দেখা নাপায়
							उदाहरण : 
							শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
							
पर्यायवाची : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
अर्थ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
							उदाहरण : 
							অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
							
पर्यायवाची : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন