अर्थ : অলপো আঘাত বা ঢাক্কা নলগা
							उदाहरण : 
							দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
							
पर्यायवाची : আঘাতহীন
अर्थ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
							उदाहरण : 
							গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
							
पर्यायवाची : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন