अर्थ : যাৰ ওচৰলৈ পৰা নাযায়
							उदाहरण : 
							মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
							
पर्यायवाची : অনতিক্রমনীয়, অনতিক্রম্য, অপাৰ, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
अर्थ : যʼত প্রৱেশ কৰিব পৰা নাযায় বা যি প্রৱেশৰ যোগ্য নহয়
							उदाहरण : 
							এইপিনে নাযাবা, অপ্রবেশ্য দুৱাৰ আছে
							
पर्यायवाची : অপ্রবেশ্য