अर्थ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
							उदाहरण : 
							ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
							
अर्थ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
							उदाहरण : 
							ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
							
पर्यायवाची : নকটা
अर्थ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
							उदाहरण : 
							আপোনাৰ যুক্তি অকাট্য
							
पर्यायवाची : অকাট্য, অখণ্ডনীয়, পানী নসৰকা