अर्थ : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
							उदाहरण : 
							অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
							
पर्यायवाची : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
अर्थ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
							उदाहरण : 
							এই সংস্থাৰ পাঁচটা অংগ আছে
							
पर्यायवाची : শাখা