अर्थ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
							उदाहरण : 
							বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
							
पर्यायवाची : থাকি যোৱা
अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							उदाहरण : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
पर्यायवाची : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
अर्थ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
							उदाहरण : 
							পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
							
पर्यायवाची : বাদ পৰিল
अर्थ : বাকী থাকি যোৱা
							उदाहरण : 
							ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল