अर्थ : কিন্বন প্রক্রিয়াৰে প্রস্তুত কৰা এক প্রকাৰৰ মদ
							उदाहरण : 
							তেওঁ ঘৰত অকলে বহি মদ খাই আছে
							
पर्यायवाची : ৰম
अर्थ : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
							उदाहरण : 
							প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
							
पर्यायवाची : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰামচন্দ্র