अर्थ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
							उदाहरण : 
							লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
							
पर्यायवाची : স্রাৱ
अर्थ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ
							उदाहरण : 
							ৰস কেইবাপ্রকাৰৰ আছে
							
अर्थ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে
							उदाहरण : 
							নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়