अर्थ : যাৰ আত্ম জ্ঞান আছে
							उदाहरण : 
							ডাঙৰ ডাঙৰ আত্মজ্ঞানীয়েও ঈশ্বৰৰ দর্শনৰ ্কাৰণে লালায়িত হয়
							
पर्यायवाची : আত্মজ্ঞানী, আত্মদ্রষ্টা, যোগী
अर्थ : যি নিজকে নিজে নিৰীক্ষণ কৰে
							उदाहरण : 
							আত্মনিৰীক্ষক ব্যক্তিয়ে আত্মবিশ্লেষণৰ দ্বাৰা নিজৰ দোষ-ত্রুটি দূৰ কৰিব পাৰে
							
पर्यायवाची : অন্তর্দর্শী, আত্মনিৰীক্ষক