अर्थ : কোনো কার্যৰ ্বাকী নথকা
							उदाहरण : 
							আপোনাৰ ভাত খোৱা হʼল নেকি
							
अर्थ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
							उदाहरण : 
							সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
							
पर्यायवाची : সমাবেশ হোৱা
अर्थ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
							उदाहरण : 
							এতিয়া গধূলি হʼল  মেঘৰ পৰা বৰষুণ হয়
							
अर्थ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
							उदाहरण : 
							হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
							
पर्यायवाची : থকা, স্থিত হোৱা
अर्थ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
							उदाहरण : 
							মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
							
अर्थ : প্রতিৰূপ হোৱা
							उदाहरण : 
							মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে