अर्थ : জিকিব নোৱাৰা অৱস্থা
							उदाहरण : 
							এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
							
पर्यायवाची : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
अर्थ : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
							उदाहरण : 
							তেওঁৰ  ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
							
पर्यायवाची : মালা