अर्थ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
							उदाहरण : 
							ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
							
अर्थ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
							उदाहरण : 
							ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
							
पर्यायवाची : মইমতালি