अर्थ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা
							उदाहरण : 
							প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে
							
पर्यायवाची : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা
अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
							उदाहरण : 
							ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
							
पर्यायवाची : মানা, স্বীকাৰ কৰা