अर्थ : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা
							उदाहरण : 
							ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়
							
अर्थ : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়
							उदाहरण : 
							মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ
							
अर्थ : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে
							उदाहरण : 
							আপুনি কোনটো স্তম্ভ পঢ়ি আছে
							
अर्थ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
							उदाहरण : 
							মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
							
पर्यायवाची : মিনাৰ