अर्थ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
							उदाहरण : 
							তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
							
पर्यायवाची : পৰি্চর্যা
अर्थ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
							उदाहरण : 
							আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
							
अर्थ : নকৰ বা চাকৰৰ কাম
							उदाहरण : 
							এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
							
अर्थ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
							उदाहरण : 
							ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়