अर्थ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
							उदाहरण : 
							বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায়  মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
							
पर्यायवाची : সাজোন-কাচোন
अर्थ : অলংকৃত কৰা বা সজোৱা কার্য
							उदाहरण : 
							ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
							
पर्यायवाची : অলংকৰণ
अर्थ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
							उदाहरण : 
							সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
							
पर्यायवाची : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা