अर्थ : যʼৰ পৰা জীৱনী শক্তিৰ সূচনাকাৰী হৰিৎ ৰং বাহিৰ হৈ গৈছে
							उदाहरण : 
							শুকান গছজোপা আধাতে মৰি গʼল
							
अर्थ : যি বহুত ্দুর্বল আৰু ক্ষীণ
							उदाहरण : 
							তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে
							
पर्यायवाची : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা
अर्थ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু
							उदाहरण : 
							খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে
							
पर्यायवाची : ৰুক্ষ