अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
							उदाहरण : 
							এই গাড়ীখনে বহুত পেট্রʼল খায়
							
पर्यायवाची : খোৱা
अर्थ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
							उदाहरण : 
							তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
							
पर्यायवाची : কোৱা
अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা
							उदाहरण : 
							আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
							
पर्यायवाची : ঠিক কৰা
अर्थ : বাচি লোৱা
							उदाहरण : 
							মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
							
अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
							उदाहरण : 
							মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো  আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
							
पर्यायवाची : ধৰা
अर्थ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
							उदाहरण : 
							
							
पर्यायवाची : গ্রহণ কৰা
अर्थ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
							उदाहरण : 
							নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
							
पर्यायवाची : গ্রহণ কৰা, স্বীকাৰ কৰা
अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							उदाहरण : 
							
							
पर्यायवाची : উৰা, পিন্ধা, পৰিধান কৰা
अर्थ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
							उदाहरण : 
							বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
							
पर्यायवाची : গ্রহণ কৰা, স্বীকাৰ কৰা